Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কা"ৰ বিৰুদ্ধে মৰিয়নীত আছুৰ বাইক ৰেলী

  গণ বার্তা, নকছাৰীঃ  "কা"ৰ বিৰোধীতা কৰি মৰিয়নীত আজি আছুৱে এক  বৃহৎ বাইক ৰেলী উলিয়াই ৷ তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত তিতাবৰ ম...

 

গণ বার্তা, নকছাৰীঃ  "কা"ৰ বিৰোধীতা কৰি মৰিয়নীত আজি আছুৱে এক  বৃহৎ বাইক ৰেলী উলিয়াই ৷ তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত তিতাবৰ মৰিয়নী আৰু নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এক বৃহৎ বাইক ৰেলি তিতাবৰৰ পৰা আৰম্ভ কৰি মৰিয়নী হৈ নকছাৰিলৈ যায় ৷ বিয়লি প্ৰায় ৫.৩০ বজাত মৰিয়নিত উপস্থিত হোৱা এই ৰেলীটোৱে চৰকাৰ বিৰোধী ধ্বনিৰে মৰিয়নিৰ আকাশ বতাহ কঁপাই তোলে।এই প্ৰতিবাদী কাৰ্য্যসূচীত ছাত্ৰ সন্থাৰ প্ৰায় ২ শতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷

No comments