গণ বার্তা, পেঙেৰী,২৩ ছেপ্টেম্বৰঃ খাদ্য সুৰক্ষা আইন সংশোধনী কৰাৰ প্ৰতিবাদৰ লগতে কৃষক আইনৰ বিৰোধিতা কৰি সমগ্র ৰাজ্যৰ লগতে পেঙেৰীতো আজি অসম ...
গণ বার্তা, পেঙেৰী,২৩ ছেপ্টেম্বৰঃ খাদ্য সুৰক্ষা আইন সংশোধনী কৰাৰ প্ৰতিবাদৰ লগতে কৃষক আইনৰ বিৰোধিতা কৰি সমগ্র ৰাজ্যৰ লগতে পেঙেৰীতো আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰধানমন্ত্ৰী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী বৰদুমচা আঞ্চলিক সমিতিয়ে পেঙেৰী লালমাতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ীৰ লগতে অসম চৰকাৰৰ যোগান মন্ত্ৰী ফনী ভূষন চৌধুৰীক তীব্ৰ অসস্তষ্টি প্ৰকাশ কৰে । আনহাতে আগান্তক দিনত গনতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হোৱা ভাবুকি প্ৰদান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
No comments