Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাক্তন আৰক্ষী বিষয়া তথা বিশিষ্ট লেখক আব্দুল কুদ্দুছৰ উপন্যাস "আত্মাৰ আৰ্তনাদ" পাঠকৰ মাজত বিশেষ সমাদাৰ

গুৱাহাটী: অলপতে গুৱাহাটী প্ৰেছ ক্লাবত শুভ উন্মোচিত আব্দুল কুদ্দুছৰ দ্বাৰা ৰচিত উপন্যাস  "অত্মাৰ আৰ্তনাদ"  উপন্যাসখনে সমগ্ৰ অসমত গ্...



গুৱাহাটী: অলপতে গুৱাহাটী প্ৰেছ ক্লাবত শুভ উন্মোচিত আব্দুল কুদ্দুছৰ দ্বাৰা ৰচিত উপন্যাস  "অত্মাৰ আৰ্তনাদ" উপন্যাসখনে সমগ্ৰ অসমত গ্ৰন্থপ্ৰেমীৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

আব্দুল কুদ্দছৰ দ্বাৰা ৰচিত আৰু জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰ তথা ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ দ্বাৰা প্ৰকাশিত উপন্যাসখন সমগ্ৰ অসমৰ চুকে কোণে পাঠকৰ মাজত বিশেষ সহাৰি পোৱা পৰিলক্ষিত হৈছে।

আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে উপন্যাসখনৰ লেখক আব্দুল কুদ্দুছ আৰু ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিক শলাগ লয় ৰাইজৰ সেৱা অৰ্থে এখন ভাল উপন্যাস উপহাৰ দিয়াৰ বাবে।

একেদৰে ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভুঞাই উক্ত উপন্যাসখন আৰু লেখক আব্দুল কুদ্দুছৰ শলাগ লয়। 









No comments