Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছাত্ৰ সন্থাৰ চাবুৱা নগৰ সমিতি গঠন

গণ বাৰ্তা,চাবুৱা, ২৮ চেপ্তেম্বৰ :   সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিৰ অন্তৰ্গত চাবুৱা নগৰ সমিতিখন কালি নতুনকৈ এখন সভাৰ জৰিয়তে গঠন ...


গণ বাৰ্তা,চাবুৱা, ২৮ চেপ্তেম্বৰ :   সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিৰ অন্তৰ্গত চাবুৱা নগৰ সমিতিখন কালি নতুনকৈ এখন সভাৰ জৰিয়তে গঠন কৰা হয়। চাবুৱা অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত পুৰণা সমিতিৰ সভাপতি আৰবাজ আহমেদৰ পৌৰোহিত্যত  অনুষ্ঠিত হোৱা সভাত সৰ্বসন্মতিক্ৰমে মৃণ্ময় শৰ্মাক সভাপতি ময়ুন্ত গগৈক সাধাৰণ সম্পাদক  হিচাপে লৈ শক্তিশালী নগৰ সমিতিখন গঠন কৰে । উক্ত সভাত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মদুপৱন গগৈ, সম্পাদক প্ৰণৱ জ্যোতি দত্তকে ধৰি অন্যান্য বিষয়ববীয়াসকল অতিথি হিচাপে উপস্থিত থাকে ।




 

No comments