Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চেলেংহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদ : প্ৰধানমন্ত্ৰী - মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

গণ বাৰ্তা নকছাৰি ২৮ ছেপ্তেম্বৰ :    দেশত বৰ্তমান বিজেপিৰ নেতৃত্বাধীন মোডী চৰকাৰৰ কৃষক বিৰোধী কৃষি বিধেয়ক বাতিলৰ দাবীত বিভিন্ন সময়ত বিভিন্ন অ...


গণ বাৰ্তা নকছাৰি ২৮ ছেপ্তেম্বৰ :    দেশত বৰ্তমান বিজেপিৰ নেতৃত্বাধীন মোডী চৰকাৰৰ কৃষক বিৰোধী কৃষি বিধেয়ক বাতিলৰ দাবীত বিভিন্ন সময়ত বিভিন্ন অঞ্চলত বহু হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে ইয়াৰ সমান্তৰালভাৱে আজি মৰিয়নী "চেলেংহাত বীৰ লাচিত সেনাৰ চেলেংহা আঞ্চলিক সমিতিয়ে চেলেং কলিয়াপানী চাৰিআলিত মোডী চৰকাৰৰ কৃষক বিৰোধী কৃষি বিধেয়ক বাতিলৰ দাবীত আৰু অসম আৰক্ষীৰ এছ আই পৰীক্ষা কেলেংকাৰীৰ তদন্ত চিবি আইক তদন্ততৰ দায়িত্ব দিয়াৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহৰ প্ৰতিবাদী কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত কাৰ্যসূচীত নকছাৰি আঞ্চলিকৰ সভাপতি/সম্পাদককে প্ৰমুখ্যে সংগ্ৰামী সতীৰ্থসকল উপস্থিত থাকে ৷ সংগঠনটোৱে প্ৰতিবাদী স্থানৰ পৰাই চৰকাৰলৈ দাবী উথাপন কৰি ক’য় কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যদিহে তেওঁলোকৰ দাবী সমুহৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক সময়ত চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে জংগী আন্দোলনৰ হুমকাৰ দিয়ে৷ ( সপোন ৰহমান শইকীয়া নকছাৰি )

No comments