Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

এন্দুৰলৈ সাহসিকতাৰ সোণৰ পদক

 কম্বোডিয়া ঃ এটা এন্দুৰে দেখুওৱা বীৰত্বৰ বাবে লাভ কৰিছে সোণৰ পদক। মুহূৰ্ততে লেণ্ডমাইন বিচাৰি উলিয়াব পৰা এটা বিশেষ এন্দুৰক দিয়া হৈছে সাহসিকতা...


 কম্বোডিয়া ঃ এটা এন্দুৰে দেখুওৱা বীৰত্বৰ বাবে লাভ কৰিছে সোণৰ পদক। মুহূৰ্ততে লেণ্ডমাইন বিচাৰি উলিয়াব পৰা এটা বিশেষ এন্দুৰক দিয়া হৈছে সাহসিকতাৰ সোণৰ পদক। আচৰিত যেন লাগিলেও এয়া সত্য। উল্লেখ্য যে আফ্ৰিকান মূলৰ এই এন্দুৰটোৱে কম্বোডিয়াত ৩৯টা বাৰুদেৰে ভৰ্তি সুৰংগ বিচাৰি উলিয়াই বহু হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিছে। এনে কাৰণতে আফ্ৰিকাৰ এই এন্দুৰটোক কম্বোডিয়াত সোণৰ পদকেৰে পুৰষ্কৃত কৰা হয়। জানিব পৰা মতে, এই ধৰণৰ আফ্ৰিকাৰ এন্দুৰবোৰক সাধাৰণতে মাটিৰ তলত থকা লেণ্ডমাইন বা বিস্ফোৰক বিচাৰি উলিওৱা কামত লগোৱা হয়। অৱশ্যে ইয়াৰ বাবে দীঘলীয়া প্ৰশিক্ষণৰ প্ৰয়োজন হয়।


No comments