গণ বার্তা, নকছাৰী ,২৭ ছেপ্টেম্বৰ : নগালেণ্ডৰ চাংকিত অসমৰ পৰা যোৱা এখন মালবাহী ট্ৰাক ভয়ঙ্কৰ দূৰ্ঘটনা সংঘটিত হয় । উল্লেখ্য যে অসমৰ যোৰহাটৰ ...
গণ বার্তা, নকছাৰী ,২৭ ছেপ্টেম্বৰ : নগালেণ্ডৰ চাংকিত অসমৰ পৰা যোৱা এখন মালবাহী ট্ৰাক ভয়ঙ্কৰ দূৰ্ঘটনা সংঘটিত হয় । উল্লেখ্য যে অসমৰ যোৰহাটৰ পৰা ইটা লৈ নগালেণ্ডৰ টোৱেনচাঙ জিলাৰ এখন গাঁৱলৈ গৈ থকাৰ অৱস্থাত ট্ৰাক খনৰ দূৰ্ঘটনা হয় ।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ AS 03 DD 2197 ৷ শনিবাৰে মাজনিশা দূৰ্ঘটনা পতিত হোৱা ট্ৰাক খনৰ চালক হেণ্ডিমেন বাতৰি সংগ্ৰহ কৰা সময় লৈকে কোনো সন্ধান পোৱা নাই ৷ প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে নিয়ন্ত্ৰণ সেৰুৱাই ট্ৰাক খন পাহাৰৰ তললৈ পৰি যায় ৷
No comments