Page Nav

HIDE

নাগালেণ্ডত অসমৰ পৰা যোৱা ট্ৰাকৰ দুৰ্ঘটনা

  গণ বার্তা, নকছাৰী ,২৭ ছেপ্টেম্বৰ :  নগালেণ্ডৰ চাংকিত অসমৰ পৰা যোৱা এখন মালবাহী ট্ৰাক ভয়ঙ্কৰ দূৰ্ঘটনা সংঘটিত হয় । উল্লেখ্য যে অসমৰ যোৰহাটৰ ...

 


গণ বার্তা, নকছাৰী ,২৭ ছেপ্টেম্বৰ :  নগালেণ্ডৰ চাংকিত অসমৰ পৰা যোৱা এখন মালবাহী ট্ৰাক ভয়ঙ্কৰ দূৰ্ঘটনা সংঘটিত হয় । উল্লেখ্য যে অসমৰ যোৰহাটৰ পৰা ইটা লৈ নগালেণ্ডৰ টোৱেনচাঙ জিলাৰ এখন গাঁৱলৈ  গৈ থকাৰ অৱস্থাত ট্ৰাক খনৰ  দূৰ্ঘটনা হয় । 
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ AS 03 DD 2197 ৷ শনিবাৰে  মাজনিশা দূৰ্ঘটনা পতিত হোৱা ট্ৰাক খনৰ চালক হেণ্ডিমেন বাতৰি সংগ্ৰহ কৰা সময় লৈকে কোনো সন্ধান পোৱা নাই ৷  প্ৰতক্ষ্যদৰ্শীয়ে জানিবলৈ দিয়া মতে নিয়ন্ত্ৰণ সেৰুৱাই ট্ৰাক খন পাহাৰৰ তললৈ পৰি যায় ৷