Page Nav

HIDE

কৃষক নীতিৰ বিৰোধিতাৰে যোৰহাটত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৃষক মুক্তিৰ

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাটঃ বিজেপি চৰকাৰে ৰূপায়ন কৰা  কৃষক আইনৰ বিৰুদ্ধে   সমগ্ৰ ৰাজ্যৰ লগতে আজি যোৰহাটতো  কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা তিনিখন আইনৰ...

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাটঃ বিজেপি চৰকাৰে ৰূপায়ন কৰা  কৃষক আইনৰ বিৰুদ্ধে  সমগ্ৰ ৰাজ্যৰ লগতে আজি যোৰহাটতো  কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা তিনিখন আইনৰ বিৰোধিতা ৰে সৰৱ হৈ উঠিছে বিভিন্ন দল সংগঠন  । আজি যোৰহাট কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে যোৰহাট  জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই আইনক কৃষক  আৰু জনস্বাৰ্থ বিৰোধী আইনৰ আখ্যা দিয়াৰ শাসনাধিস্হ বিজেপি চৰকাৰক ২০২১ ৰ বিধান সভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে ||