Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাংলাদেশত কোৰোনাত আক্ৰান্ত ৪৪

  দৈনিক গণঅধিকাৰঃ বৃহস্পতিবাৰে নতুনকৈ পাঁচজন লোক আক্ৰান্ত হোৱাৰ ফলত বাংলাদেশত কোৰোনা ভাইৰাছত মুঠ ৪৪জন লোক আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে।...


 দৈনিক গণঅধিকাৰঃ বৃহস্পতিবাৰে নতুনকৈ পাঁচজন লোক আক্ৰান্ত হোৱাৰ ফলত বাংলাদেশত কোৰোনা ভাইৰাছত মুঠ ৪৪জন লোক আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে। স্বাস্থ্য বিভাগৰ অতিৰিক্ত পৰিচালকে এই কথা জানিবলৈ দিয়ে।

সমগ্ৰ দেশত কোৰোনাত ৪৪জন আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত কেৱল এজন লোকৰ মৃত্যু হৈছে। কালি নতুনকৈ আক্ৰান্ত হোৱা পাঁচজন অৰ্থাৎ আটাইকেইজন পুৰুষ। ইয়াৰে এজনৰ ৩০ বছৰ, এজনৰ ৪০, আন এজনৰ ৪১, এজনৰ ৫০ আৰু আন এজনৰ ৬০ বছৰ বয়সৰ লোক।

No comments