Page Nav

HIDE

কোৰোনা ভাইৰাছঃ উইপ্ৰ কোম্পেনীৰ মুখ্য আজিম প্ৰেমজিয়ে আগবঢ়ালে ৫০ হাজাৰ কোটি টকা

  কোৰোনা ভাইৰাছৰ ফলত সমগ্ৰ দেশত নানা দিশত সংকটে দেখা দিয়ে। এনে সময়তে দেশৰ অন্যতম সংস্থা উইপ্ৰোৰ মুখ্যগৰাকীয়ে ৫০ হাজাৰ কোটি টকা সহাই হিচাপে আ...

 


কোৰোনা ভাইৰাছৰ ফলত সমগ্ৰ দেশত নানা দিশত সংকটে দেখা দিয়ে। এনে সময়তে দেশৰ অন্যতম সংস্থা উইপ্ৰোৰ মুখ্যগৰাকীয়ে ৫০ হাজাৰ কোটি টকা সহাই হিচাপে আগবঢ়োৱা বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলে। উক্ত আলোচনাক লৈ বিষয়াগৰাকীৰ সৈতে বাৰ্তালাপ হোৱাত তেওঁ প্ৰকাশ কৰে যে উক্ত পৰিমাণৰ ধন ২০১৯ চনতে দেশক আগবঢ়োৱা বুলি উল্লেখ কৰিছে।

দৰাচলতে উক্ত পৰিমাণৰ ধন দেশৰ ভাল কামত ব্যৱহাৰ কৰাৰ বাবে আগবঢ়োৱা বুলি উল্লেখ কৰা হৈছিল। সেয়েহে উক্ত পৰিমাণৰ ধন বৰ্তমান সময়ত দেশত বহু প্ৰয়োজন হৈ পৰিছে। এতিয়া দেশত কোৰোনা ভাইৰাছৰ ফলত সংকটে দেখা দিছে। এনে সময়ত সেই ধন দেশত ব্যৱহাৰ কৰিলে জনসাধাৰণ উপকৃত হ’ব। কম্পেনীটোৰ মুখ্য আজিম প্ৰেমজীয়ে পুনৰ প্ৰকাশ কৰে যে কোম্পেনীটোত ৩৪ শতাংশ ধন ভাল কামৰ বাবে দেশক আগবঢ়োৱাৰ কথা বিগত বৰ্ষতে ঘোষণা কৰা হৈছিল। সেয়েহে তেওঁ বৰ্তমান সময়ত উক্ত পৰিমাণৰ ধন আগবঢ়োৱা বুলি উল্লেখ কৰে।