Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মধ্যপ্ৰদেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি

  দৈনিক গণঅধিকাৰঃ মধ্যপ্ৰদেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মধ্যপ্ৰদেশৰ ইন্দোৰ, জহবপুৰত ইয়াৰ সংখ্যা অধিক বুলি স্ব...


 

দৈনিক গণঅধিকাৰঃ মধ্যপ্ৰদেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মধ্যপ্ৰদেশৰ ইন্দোৰ, জহবপুৰত ইয়াৰ সংখ্যা অধিক বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে।মধ্যপ্ৰদেশত বাতৰি যুগুত কৰা পৰলৈকে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৯জনলৈ বৃদ্ধি হয়। নতুনকৈ ১৯জনৰ দেহত ক’ভিড-১৯ পজিটিভ হিচাপে চিহ্নিত হয়।স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি ইন্দোৰ আৰু উ¿7নত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু ঘটিছে। তিনিদিনত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫জন বৃদ্ধি হৈ মুঠ ২৯লৈ বৃদ্ধি হয়।

No comments