৩০০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ।

0 93

৩০০০ টকা পৰ্যন্ত বিক্ৰী হৈছিল ফাদিল হোৱা বিজ্ঞানৰ প্ৰশ্নকাকত । ৪টা ই-ৱালেটেৰে ধনৰ লেনদেন হোৱাৰ বিস্ফোৰক তথ্য আৰক্ষীৰ হাতত । ধনৰ লেনদেনৰ উৎস বিচাৰি মুম্বাইলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

এই পৰ্যন্ত প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত ২৫জন গ্ৰেপ্তাৰ, অভিযান অব্যাহত । সংবাদমাধ্যমত জনালে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । সম্প্ৰতি CIDৰ জিম্মাত শিক্ষকসহ ১৩জন অভিযুক্ত।

Leave A Reply

Your email address will not be published.