মেট্ৰিকৰ প্ৰশ্নকাতত ফাদিল কেলেংকাৰিত জড়িত ৩ জনক গ্ৰেপ্তাৰ। আটক ১৪ ছাত্ৰসহ মুঠ ২২জনক।

0 83

ছাত্ৰ, শিক্ষক, ছেবাৰ কৰ্মচাৰী। মেট্ৰিকৰ প্ৰশ্নকাতত ফাদিল কেলেংকাৰিত জড়িত ৩জনক গ্ৰেপ্তাৰ। আটক ১৪ ছাত্ৰসহ মুঠ ২২জনক।

৫০০ টকাৰ পৰা ২০০০ টকাৰ ভিতৰত বিক্ৰী হৈছিল প্ৰশ্নকাকত। কেৱল বিজ্ঞানেই নহয় গণিত বিষয়ৰো প্ৰশ্নকাকত ফাদিল হৈছিল।

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিত জড়িত ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৬ জন আৰু লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ এজন ছাত্ৰক CIDৰ জিম্মালৈ প্ৰেৰণ কৰিব ডিব্ৰুগড় আৰক্ষীয়ে।

অকল বিজ্ঞানেই নহয়, ফাদিল হৈছিল মেট্ৰিকৰ গণতিৰ প্ৰশ্ন কাকতো। পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

হোৱাটছাপ গ্ৰুপত ক’ৰ পৰা কেনেকৈ আহিছিল গণিতৰ প্ৰশ্নকাকত? বিস্ফোৰক মন্তব্য পৰীক্ষা হ’লৰ পৰা বহিষ্কৃত ছাত্ৰৰ।

Leave A Reply

Your email address will not be published.