মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বাবে গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত গ্ৰামোন্নয়নৰ কৰ্মচাৰী জান শইকীয়া।

0 349

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ। এইবাৰ গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত গ্ৰামোন্নয়নৰ কৰ্মচাৰী জান শইকীয়া।

গোগামুখৰ পৰা জান শইকীয়া নামৰ কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰি অনা হৈছে গুৱাহাটীৰ CIDৰ কাৰ্যালয়লৈ। ইফালে

প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত ডফলাকটা হাইস্কুলৰ শিক্ষক প্ৰসন্ন দাসক গ্ৰেপ্তাৰ ।

Leave A Reply

Your email address will not be published.