ভাইৰেল হোৱা মেট্রিকৰ ভূগোলৰ প্ৰশ্নকাকত ভুৱা বুলি ছেবাৰ স্পষ্টীকৰণ ।
ধিক্কাৰ ছেবা ! ইখনৰ পাছত সিখনকৈ প্ৰশ্নকাকত ফাদিলৰ পিছত এইবাৰ ভাইৰেল ভুগোলৰ প্ৰশ্নকাকত । এইবাৰ আকৌ ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰো সন্দেহ । ২০ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল ভূগোলৰ পৰীক্ষা।

এটাৰ পিছত আন এটা কলংক ছেবাত । বিজ্ঞান, অসমীয়াৰ পিছত ভূগোলৰ প্রশ্নকাকতো ফাদিল
হোৱাটছএপত বিয়পি পৰিছে মেট্রিকৰ ভূগোলৰ প্রশ্নকাকত । ২০ মাৰ্চত আছিল ভূগোল বিষয়ৰ পৰীক্ষা