প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্তৰ বাসগৃহত চলিছে চি আই ডিৰ অভিযান

0 146

ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অভিযুক্ত প্ৰণৱ দত্তৰ পথালি পাহাৰস্থিত বাসগৃহত  তালাচী চলাইছে চি আই ডিয়ে ।শনিবাৰে চি আই ডিয়ে অভিযান চলাই প্ৰণৱ দত্তৰ বাসগৃহত।আৰক্ষীৰ সহযোগত চলিছে এই অভিযান। প্ৰায় ২০, ২৫ জনীয়া এটা দলে চলাইছে এই অভিযান ৷   

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড আছিল প্ৰণৱ দত্ত ৷ ইতিমধ্যই শিক্ষা বিভাগে নিলম্বন কৰিছে প্ৰণৱ দত্তক ৷ আদালতত হাজিৰ কৰি শুকুৰবাৰে প্ৰণৱ দত্তকে ধৰি আন  ৩ অভিযুক্তক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ লৈ আনে চি আই দিয়ে।

Leave A Reply

Your email address will not be published.