নাহিদ বিতৰ্কৰ অন্ত । অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষাজুৰী ব’ৰ্ডৰ ।
অসম চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক। অৱশেষত ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা জুৰী ব’ৰ্ডৰ। অনাকাংক্ষিত ভুলৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা।

বঁটাটো নাহিদ আফ্ৰিনে লাভ কৰা বুলি মন্তব্য জুৰী ব’ৰ্ডৰ। গানৰ নামটোহে অনিচ্ছাকৃতভাৱে ভুল হোৱা বুলি স্বীকাৰ। জুৰী ব’ৰ্ডৰ হৈ এই মন্তব্য চন্দ্ৰ মুদৈৰ।