ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ।
ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ। ছেবা আৰু শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে।
ধেমাজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ। ছাত্ৰ -ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ছেবাৰ বিষয়ববীয়সকলক আৰু শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী কৰে। লগতে উল্লেখ কৰি কয় যে চি আই ডি পৰিৱতে চি বি আই দ্বাৰা তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে।
ধেমাজিৰ পৰা
জ্যোতি ৰঞ্জন গগৈ