ধুবুৰীৰ মাছপাৰাত অবৈধ মাটি কঢ়িয়াই অনা ট্ৰেক্টৰ জব্দ ।
ধুবুৰীৰ মাছপাৰাত অবৈধ মাটি কঢ়িয়াই অনা ট্ৰেক্টৰ জব্দ।
ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মাছপাৰাত শালকোচা আৰু ৰোকাখাতা বন বিষয়া কৰ্মীৰ নাটকীয় অভিযান |
অভিযানকাৰী বন বিষয়া কৰ্মীৰ দলৰ চকুত ধূলি দি পলায়নৰ চেষ্টা অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰ চালকৰ |
বনবিষয়া কৰ্মীৰ দলটোক আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগ ট্ৰেক্টৰ চালকৰ বিৰুদ্ধে |
বাঁহনিবাৰীত ট্ৰেক্টৰ সুমোৱাই দি পলায়ন চালকৰ |
অবৈধ ভাবে গৌৰাং নদী খনন কৰি মাটি কঢ়িওৱা বাকী ট্ৰেক্টৰসমূহ পলাই যাবলৈ সক্ষম হয় |
পিছত খেদি খেদি এখন অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰ জব্দ কৰে অভিযান কাৰী দলটোৱে |