চলিত মেট্ৰিক পৰীক্ষাৰ বিসংগতি লৈ ধেমাজি ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ।

0 57

ধেমাজি : চলিত মেট্ৰিক পৰীক্ষাত বিসংগতি লৈ ধেমাজি ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ। শিক্ষা মন্ত্ৰী ৰনোজ পেগু , ছেবাৰ অধ্যক্ষ ৰমেশ জৈন আৰু মেট্ৰিক পৰীক্ষাৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ ডিঙিত চিপ লগাই অভিনৱ প্ৰতিবাদ।

2023 বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণি দিনৰ পৰাই সংগঠিত হোৱা বিসংগতি, ফলত ৰাজ্য বিভিন্ন প্ৰান্তৰ আছুৰ প্ৰতিবাদ লগতে আজি ধেমাজি সদৰত ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ নেতৃত্বত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.