গোলাঘাটত আছুৰ উদ‍্যোগত নাগৰিকৰ সভা।

0 213

গোলাঘাটত আছুৰ উদ‍্যোগত নাগৰিকৰ সভা। গোলাঘাটৰ মাজমজিয়াত থকা শ্বহীদ ভৱনত আজি আছুৰ তত্বৱধানত এখন ৰাজহুৱা নাগৰিক সভা আয়োজন কৰা হয়।

পৌৰকৰ বৃদ্ধি, প্ৰকৃতিক গেছ ঘৰে ঘৰে যোগান ,যান যতৰ সমস্যা আদি কৰি বিভিন্ন সমস্যাৰ সামাধানৰ বাবে উক্ত সভা অনুস্থিত হয়।লগতে অহা 25মাৰ্চ তাৰিখে এক বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ হুংকাৰ প্ৰদান কৰে আছু নেতৃত্ববৰ্গ‌ই।।

Leave A Reply

Your email address will not be published.