আপুনি কিমান জানে আপেলৰ উপকাৰীতাৰ বিষয়ে ?

0 159

প্রতিদিনে ৰাতিপুৱা এফালকৈ আপেল খালে মধুমেহ হব নোৱাৰে । অধিক শকত মানুহৰ কাৰণে আপেল বিশেষ বাবে উপকাৰী । কিয়নো আপেয়ে কম দিনত ওজন কম কৰাতসহায় কৰে । আপেলে কৰ্কট ৰোগ প্রতিৰোধ কৰাত ঔষধ হিচাপে কাম কাৰে | চৰ্ম ৰোগীসকলোৰ বাবে আপেল জিৱনীশক্তি | cholesterol ৰ বাৱে উত্তম পথ্য | মগজু শত্তিশালী কৰে । কুকুৰীকণা ৰোগ তথা চকুৰ যিকনো ৰোগৰ কাৰণে আপেল বিশেষ উপকাৰাী ফল ।

প্রতিদিন এটাকৈ আপেল খালে হাড়ৰ গঠন মজবুত হোৱাৰ লগতে শৰীৰ সুঠাম আৰু সুন্দৰ হয় | বাকলিসহ ইয়াৰ সেৱন কৰিলে দাঁতত হোৱা বীজাণু নাশ হয়।

গৰ্ভাৱাস্থা সময়ছোৱাত নিয়মীয়াকৈ এটা আপেল সেৱন কৰিলে তেজ কমি যোৱা সমস্যা নোহোৱা হয়।

বাকলিসহ ইয়াৰ সেৱন কৰিলে পাচনতন্ত্ৰত পাথৰ হোৱা সমস্যা দূৰ হয়‌।.আপেলৰ সেৱনে শৰীৰত হোৱা দুৰ্বলতা নোহোৱা কৰে। আপেলৰ গুটি কেন্সাৰ ৰোগৰ প্ৰতিকাৰক।

আমি কেৱল তথ্যহে দিলো । সেৱন কৰাৰ পূৰ্বে ডাক্তাৰৰ সহায় লওক ।

Leave A Reply

Your email address will not be published.